২৪ ঘণ্টাত ভাৰতত কৰʼনা সংক্ৰমনত মৃত্যু ৫১৩ জন

pc-Paho

২৪ ঘণ্টাত ভাৰতত কৰʼনা সংক্ৰমনত মৃত্যু ৫১৩ জন

অনলাইন বাৰ্ত্তাসেৱা– ২৪ ঘণ্টাত ভাৰতত কৰʼনাত সংক্ৰমিত হৈ ৫১৩ জন লোকৰ মৃত্যু হয়। দেশত কৰʼনাত নতুনকৈ সংক্ৰমিত হৈছে ৩৬,৪০১ জন লোক। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ভাৰতৰ কেৰালত ১৭৯ জন লোকৰ মৃত্যু ঘটে। মহাৰষ্ট্ৰত ১৫৮ জন লোকৰ মৃত্যু ঘটে। কেৰালত ২৪ ঘণ্টাত সৰ্বাধিক কৰʼনাত নতুনকৈ সংক্ৰমিত হৈছে ২১,৪২৭ জন লোক। ৫,১৩২ জন লোক মহাৰাষ্ট্ৰত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে। ৩৯,১৫৭ জন লোক ২৪ ঘণ্টাত কৰʼনা সংক্ৰমনৰ পৰা সুস্থ হৈ উঠিছে।

 

(RT)