অভ্যুত্থানৰ পিছত নিৰাপত্তা বাহিনীৰ দ্বাৰা নিহত হৈছে ১,০০০ ৰো অধিক লোক

pc Reuters

অভ্যুত্থানৰ পিছত নিৰাপত্তা বাহিনীৰ দ্বাৰা নিহত হৈছে ১,০০০ ৰো অধিক লোক

অনলাইন বাৰ্ত্তাসেৱা – ১ ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত নিৰাপত্তা বাহিনীৰ দ্বাৰা ১,০০০ ৰো অধিক লোক নিহত হৈছে, এচিষ্টেন্স এছ’চিয়েচন ফৰ পলিটিকেল প্ৰিজনাৰছ এক্টিভিষ্ট গ্ৰুপৰ এজন বিষয়াই কয়। “[প্ৰকৃত] ভুক্তভোগীৰ সংখ্যা বহুত বেছি,” এ.এ.পি.পি.ৰ সচিব টেট নাইঙে কয়। নবেল বঁটা বিজয়ী অং চান চু কীৰ শাসকীয় দলে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ম্যানমাৰৰ সামৰিক বাহিনীয়ে এক অভ্যুত্থানত ক্ষমতা দখল কৰে।

(UD.)