বিজেপিৰ সাংগঠনিক সভা

PC - PC - anandabazar patrika

বিজেপিৰ সাংগঠনিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ অটল বিহাৰী বাজপেয়ী ভৱনত অসম প্ৰদেশৰ কোষ আৰু বিভাগসমূহৰ ৰাজ্যিক আহ্বায়ক আৰু সহ-আহ্বায়ক সকলৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায় ৷ সভাত মৰ্চা আৰু বিভাগ সমুহৰ সংগঠনৰ সাংগঠনিক প্ৰৰ্য্যলোচনা কৰা হয় ৷সভাত ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজু সাধাৰণ সম্পাদক সাংসদ পল্লৱ লোচন দাস আৰু কোষ আৰু বিভাগ সমুহৰ তত্ত্বাৱধাক প্ৰদিপ ঠাকুৰীয়া উপস্থিত থাকে ৷