ৰাহুল পুনৰ আৰম্ভ কৰিলে ভাৰত জোৰো যাত্ৰা

Pc Times of India

ৰাহুল পুনৰ আৰম্ভ কৰিলে ভাৰত জোৰো যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কেৰেলাৰ মাদাবনাৰ পৰা পুনৰ ভাৰত জোৰো যাত্ৰা আৰম্ভ কৰে। তেওঁৰ সৈতে শচীন পাইলটকে ধৰি কেইবাজনো দলৰ নেতা উপস্থিত আছিল। ‘যাত্ৰা’ৰ ১৪ তম দিনা ৱায়ানাডৰ সাংসদগৰাকীয়ে সমাজ সংস্কাৰক শ্ৰী নাৰায়ণ গুৰুক পুষ্পাঞ্জলি জ্ঞাপন কৰে।