অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে 

Pc News18

অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে 

ৰঙিলী বাৰ্ত্তাসেৱা-  জেডি(ইউ) নেতা নীতিশ কুমাৰে তেওঁৰ ৰাজনৈতিক জীৱনত অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কুমাৰে জনতা দল (ইউনাইটেড) আৰু ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ সৈতে সম্পৰ্ক ভংগ কৰি ৭টা দলৰ ‘মহাগঠবন্ধন’ ঘোষণা কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে।