মহিলা প্ৰ’ হকী লীগত ১-২ত জাৰ্মানীৰ হাতত ভাৰত পৰাজয়

pc Times Of India

মহিলা প্ৰ’ হকী লীগত ১-২ত জাৰ্মানীৰ হাতত ভাৰত পৰাজয়

ৰঙিলী  বাৰ্ত্তাসেৱা-  ভুৱনেশ্বৰত অনুষ্ঠিত ডাবল লেগ এফ আই এইচ মহিলা প্ৰ’হকী লীগৰ প্ৰথমখন খেলত ৬০ মিনিটৰ নিয়মীয়া সময়ৰ শেষত দুয়োটা দল ১-১ গ’লত টাই হোৱাৰ পিছত ভাৰতে জাৰ্মানীৰ হাতত শ্বুটআউটত ১-২ গ’লত পৰাজিত হয়। চতুৰ্থ মিনিটত ভাৰতৰ হৈ গ’লটো কৰা নৱনীত কৌৰে শ্বুটআউটত তেওঁৰ দলৰ হৈ একমাত্ৰ গ’লটো কৰিছিল।