ফুটবল ইতিহাসত সৰ্বাধিক গ’ল কৰাৰ বিশ্ব অভিলেখ ভংগ কৰিছে ৰোনাল্ডোৱে

pc hindustan Times

ফুটবল ইতিহাসত সৰ্বাধিক গ’ল কৰাৰ বিশ্ব অভিলেখ ভংগ কৰিছে ৰোনাল্ডোৱে

ৰঙিলী বাৰ্ত্তাসেৱা-  ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে  প্ৰিমিয়াৰ লীগত টটেনহাম হটস্পৰৰ বিৰুদ্ধে ম্যানচেষ্টাৰ ইউনাইটেডৰ হৈ হেট্ৰিক অৰ্জন কৰে, যাৰ ফলত ক্লাব আৰু দেশৰ হৈ তেওঁৰ গ’লৰ সংখ্যা ৮০৭ লৈ বৃদ্ধি হয়। ম্যানচেষ্টাৰ ইউনাইটেডৰ মতে, ফুটবল ইতিহাসত সৰ্বাধিক গ’ল কৰাৰ বিশ্ব অভিলেখ ভংগ কৰে ৰোনাল্ডোৱে। ৰোনাল্ডোৱে স্বৰ্গীয় অষ্ট্ৰো-চেক ফুটবলাৰ জোচেফ বিকানক অতিক্ৰম কৰে, যি ফিফাৰ দ্বাৰা ৮০৫ টা গ’ল কৰিছে বুলি অনুমান কৰা হৈছে।