কাশ্মীৰ ফাইলৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী, অভিষেক আগৰৱালৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ 

p.c Latest News Headlines

কাশ্মীৰ ফাইলৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী, অভিষেক আগৰৱালৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ 

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰী, অভিনেত্ৰী পল্লৱী যোশী আৰু প্ৰযোজক অভিষেক আগৰৱালাকে ধৰি ‘দ্য কাশ্মীৰ ফাইলছ’ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। অভিষেকে টুইটাৰযোগে বৈঠকৰ কিছুমান ফটো শ্বেয়াৰ কৰি লিখিছিল, “আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক লগ পাই আনন্দিত হৈছো। যিটোৱে ইয়াক অধিক বিশেষ কৰি তোলে সেয়া হ’ল তেওঁৰ… #TheKashmirFiles বিষয়ে মহৎ শব্দ… ধন্যবাদ, মোদীজী।”