এ আৰ ৰহমানে ৪৩ তম কায়ৰো চলচ্চিত্ৰ মহোৎসৱত বিশেষ শ্ৰদ্ধাঞ্জলি লাভ কৰে

Pc Indiansingulf

এ আৰ ৰহমানে ৪৩ তম কায়ৰো চলচ্চিত্ৰ মহোৎসৱত বিশেষ শ্ৰদ্ধাঞ্জলি লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  সংগীত ৰচয়িতা এ আৰ ৰহমানক চলচ্চিত্ৰ আৰু সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৪৩ তম কায়ৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (চিআইএফএফ) এক বিশেষ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হৈছিল। ৰহমানে ৰেড কাৰ্পেটত নিজৰ এখন ফটো শ্বেয়াৰ কৰাৰ লগতে ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰমাণপত্ৰৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “ধন্যবাদ, কায়ৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ #ellapugazumiraivanukke।”