আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১৫ তাৰিখ মংগলবাৰ , ইংৰাজী ২ নৱেম্বৰ |
কৃষ্ণা পক্ষ, দ্বাদশী তিথি, পুৱা ১১/৩১/৫৩ মি. পৰা ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৬/৫১ মি.
সূৰ্য্যোস্থয় = ৪/৩৬/৪০ মি.

জন্মতঃ= কন্যা ৰাশি (প, ঠ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, গৰুৰ অস্থি, দিবা ১১/৪৪/৫৮ মি. পৰা দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ, দিবা ১১/৪৪/৫৮ মি. পৰা বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ _ ৰবি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ পূৰৈ শাক খোৱা নিষেধ, দিনৰ ১১/৩১/৫৩ মি. পৰা বেঙেনা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আনৰ দ্বাৰা ক্ষতি সাধন হব পাৰে |
বৃষ = মানসিক অশান্তিত ভুগিব লগা হব |
মিথুন = প্ৰাপ্যৰ পৰা বঞ্চিত হব |
কৰ্কট = সত বন্ধু লাভ কৰিব |
সিংহ = ভ্ৰমণ যোগ চলিছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হোৱাৰ সম্ভাৱনা বেছি |
বৃশ্চিক = আশা ত্যাগ কৰিব লগীয়া হব পাৰে |
ধনু = কাৰ্য্যত সিদ্ধি লাভ কৰিব পাৰিব |
মকৰ = দ্ৰব্য লাভ কৰিব পাৰে |
কুম্ভ = ভ্ৰমণত শুভ ফল লাভ কৰিব |
মীন = শুভ সংবাদে মনত আনন্দ দিব |