সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ 

সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ 

ৰঙিলী বাৰ্ত্তাসেৱা-  চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ। বৰ্তমান নিজকে সম্পূৰ্ণৰূপে সুস্থ বুলি জনালে জুবিনে।উচ্চ ৰক্তচাপজনিত কাৰণত আয়ুৰসুন্দ্ৰা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল জুবিনক।ব্লাড প্ৰেছাৰ কিছু বাঢ়ি যোৱাৰ পাছত তেওঁ চিকিৎসালয়খনত ভৰ্তি হৈছিল।জুবিনক আগন্তুক ১৫ দিন ঘৰতে থাকি জিৰণি লোৱাৰ পৰামৰ্শ চিকিৎসকৰ।শিল্পীগৰাকীক কামৰ বিশেষ বোজা ল’বলৈ মানা কৰিছে চিকিৎসকে।