ৰাজ্যত নতুনকৈ কৰʼনাত ২৪৪ জন লোক আক্ৰান্ত

Pc- Gard

ৰাজ্যত নতুনকৈ কৰʼনাত ২৪৪ জন লোক আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত নতুনকৈ ২৪৪ জন লোক কৰʼনাত আক্ৰান্ত হৈছে। নতুনকৈ ৬জন লোক কৰʼনাত আক্ৰান্ত হৈ  মৃত্যুমুখত পৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি অসমত মুঠ ৩৭,৮৩৬জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। ইয়াৰে ২৪৪জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ৭৫জন লোক। ৰাজ্যখনত সুস্থতাৰ হাৰ ১৮.৩৯ শতাংশ।