ৰামেশ্বৰমত ভগৱান হনুমানৰ ১০৮ফুটৰ মূৰ্তি স্থাপন কৰা হ’ব

pc IStock

ৰামেশ্বৰমত ভগৱান হনুমানৰ ১০৮ফুটৰ মূৰ্তি স্থাপন কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰামেশ্বৰমত ভগৱান হনুমানৰ ১০৮ ফুট ৰ মূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়। মূৰ্তিটো  হৰিশ চন্দ্ৰ নন্দা এডুকেশ্বন এণ্ড চেৰিটেবল ট্ৰাষ্টৰ দ্বাৰা স্থাপন কৰা হ’ব। গুজৰাট আৰু হিমাচল প্ৰদেশৰ পিছত, ‘চাৰ ধাম’ (চাৰিটা তীৰ্থস্থান)ৰ শৃংখলাৰ এইটো তৃতীয় মূৰ্তি। মূৰ্তিটোৰ নিৰ্মাণ মাৰ্চত আৰম্ভ হ’ব।