৩৩৯ কোটি ব্যয়েৰে নিৰ্মাণ কৰা শ্ৰী কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীয়ে

PC NDTV.com

৩৩৯ কোটি ব্যয়েৰে নিৰ্মাণ কৰা শ্ৰী কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰে আৰু ৩৩৯ কোটি ব্যয়েৰে নিৰ্মাণ কৰা শ্ৰী কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰে। কাশী বিশ্বনাথ কৰিডৰ প্ৰকল্পই মন্দিৰটোক গংগা নদীৰ পাৰৰ সৈতে সংযোগ কৰিছে। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত যাত্ৰী সুবিধা কেন্দ্ৰ আৰু বৈদিক কেন্দ্ৰকে ধৰি সুবিধা প্ৰদান কৰা হৈছে।