২.৫ বিলিয়ন ডলাৰত ৫৬ খন পৰিবহন বিমান ক্ৰয় কৰিবলৈ কেন্দ্ৰৰ সন্মতি লাভ

pc News Chant

২.৫ বিলিয়ন ডলাৰত ৫৬ খন পৰিবহন বিমান ক্ৰয় কৰিবলৈ কেন্দ্ৰৰ সন্মতি লাভ

অনলাইন বাৰ্ত্তাসেৱা –ভাৰতৰ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিয়ে বুধবাৰে স্পেইনৰ এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ পৰা প্ৰায় ২.৫ বিলিয়ন ডলাৰত ৫৬ খন চি-২৯৫ মেগাৱাট পৰিবহন বিমান ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। এই বিমানে আই.এ.এফ.ৰ অৱৰো-৭৪৮ বিমানৰ স্থান দখল কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, চুক্তি স্বাক্ষৰৰ 48 মাহৰ ভিতৰত স্পেইনৰ পৰা 16 খন বিমান পঠিওৱা হ’ব আৰু ৪০ খন ভাৰতত নিৰ্মাণ কৰিব টাটা কনচৰ্টিয়ামে।

(UD.)