সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত হোৱাটো মোৰ সপোন: চাৰা আলী খান

Pc Times Of India

সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত হোৱাটো মোৰ সপোন: চাৰা আলী খান

ৰঙিলী বাৰ্ত্তাসেৱা- অভিনেত্ৰী চাৰা আলী খানক তেওঁৰ ভৱিষ্যতৰ কেৰিয়াৰৰ পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয়, “মই ভাবো সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত হোৱাটো নিশ্চিতভাৱে এটা সপোন হ’ব আৰু মই আশা কৰোঁ যে এইটো কোনো সময়ত সঁচা হ’ব।” ইফালে, ২৪ ডিচেম্বৰত ডিজিটেল মুক্তিৰ বাবে নিৰ্ধাৰিত তেওঁৰ আহিবলগীয়া ছবি ‘আতৰংগী ৰে’ৰ বাবে চাৰাই বৰ্তমান অপেক্ষা কৰি আছে।