শোক সংবাদ

শোক সংবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মাছখোৱা নিবাসী জ্যেষ্ঠ সাংবাদিক আটাইৰে পৰিচিত জেচিম ৰাজা আজি ৰাতিপুৱা ৪-৩০ বজাত ইহ সংসাৰৰ পৰা চিৰ বিদায় লয়।প্ৰতিদিনে ৰাজীৱ ভৱনত সংবাদ সংগ্ৰহৰ বাবে অহা জেচিম ৰাজাৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য,সাধাৰণ সম্পাদক (প্ৰশাসনিক) অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷