মিৰ্জাপুৰ’ৰ অভিনেতা ব্ৰহ্ম মিশ্ৰাক মুম্বাইত তেওঁৰ ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল

Pc India Today

মিৰ্জাপুৰ’ৰ অভিনেতা ব্ৰহ্ম মিশ্ৰাক মুম্বাইত তেওঁৰ ফ্লেটত মৃত অৱস্থাত পোৱা গৈছিল

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মিৰ্জাপুৰ’ চিৰিজত ললিতৰ চৰিত্ৰ ৰূপায়ণৰ বাবে জনাজাত অভিনেত্ৰী ব্ৰহ্ম মিশ্ৰৰ মুম্বাইত মৃত্যু হৈছে।আৰক্ষীয়ে ভাৰ্ছোভাত থকা তেওঁৰ ফ্লেটৰ পৰা তেওঁৰ অৰ্ধ-পচা মৃতদেহ টো বিচাৰি পাইছিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। অভিনেতা দিবেন্দুৱে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি ইনষ্টাগ্ৰামত লিখিছিল, “আমাৰ ললিত আৰু নাই। আহক তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ, সকলোৱে।”