মায়াজাল – শৈলেন কুমাৰ

Pc Bombay Hospital

অনুগল্প

মায়াজাল

শৈলেন কুমাৰ, মিৰ্জা

অবিনাশে অভিনয় কৰা ছবিখনৰ আজি প্ৰিমিয়াৰ শ্ব,যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতি পৰিলক্ষিত হৈছে৷ ছবিখন এটা মুহূৰ্তৰ পৰা আগবঢ়া নাই,এটা স্ক্ৰীনত ৰৈ থাকিল৷ দৰ্শকৰ মাজত হুৱাদুৱা লাগিল,অভিনেতা অবিনাশ ৰয় দুৰ্ঘটনাত পতিত হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ জীৱনমৰণৰ সৈতে যুঁজি আছে৷