বিদ্যুৎ বিধেয়কৰ বিৰোধিতা কৰে মমতা বেনাৰ্জীয়ে বিদ্যুৎ

বিদ্যুৎ বিধেয়কৰ বিৰোধিতা কৰে মমতা বেনাৰ্জীয়ে

অনলাইন বাৰ্তাসেৱা – “জনবিৰোধী” বিদ্যুৎ (সংশোধনী) বিধেয়ক, ২০২০ সংসদত ৰখাৰ কেন্দ্ৰৰ পদক্ষেপৰ প্ৰতিবাদ কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ চিথি লিখি আইনখন আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

তেওঁ দাবী কৰে যে এই বিধেয়কখনৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যিক বিদ্যুৎ গ্ৰিডক ৰাষ্ট্ৰীয় গ্ৰিডৰ পৰিশিষ্ট হিচাপে গঢ়ি তোলাত।