মণিপুৰত স্থগিত মোবাইল ডাটা সেৱা

Pc The Print

মণিপুৰত স্থগিত মোবাইল ডাটা সেৱা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰৰ এক নিৰ্দেশত কোৱা হৈছে যে মণিপুৰত তিনি-চাৰিজন যুৱকে এখন ইকো-ভেন  জ্বলাই দিয়াৰ পিছতে ৫ দিনৰ বাবে মোবাইল ডাটা সেৱা স্থগিত ৰখা হৈছে। অহা দুমাহৰ বাবে চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। নিৰ্দেশটোত কোৱা হৈছে যে “অপৰাধৰ ফলত ৰাজ্যখনত উত্তেজিত সাম্প্ৰদায়িক পৰিস্থিতি আৰু অস্থিৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে”।