ভেকচিনক লৈ কংগ্রেছে ৰাজনীতি কৰাৰ অভিযোগ মন্ত্রী পীয়ুষ হাজৰিকাৰ

PC-nLive

অনলাইন বাৰ্ত্তাসেৱা- কোভিড ভেকচিনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি।ভেকচিনক লৈ কংগ্রেছে ৰাজনীতি কৰাৰ অভিযোগ।মন্ত্রী পীয়ুষ হাজৰিকাই আনিলে এই অভিযোগ।ভৰত নৰহৰ ওপৰত খৰ্গহস্ত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত।ভৰত নৰহে সদনক বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ।উত্তপ্ত পৰিস্থিতিৰ বাবে সদন ৩ বজালৈকে স্থগিত।