এই বছৰ কাশ্মীৰত এতিয়ালৈকে ৭৮ জন সন্ত্ৰাসবাদী নিষ্ক্ৰিয়ঃ আই.জি.পি, কাশ্মীৰ

pc TheFactNews

অনলাইন বাৰ্ত্তাসেৱা – কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক (আইজিপি) বিজয় কুমাৰে উল্লেখ কৰিছে যে এই বছৰ এতিয়ালৈকে নিৰাপত্তাবাহিনীৰ দ্বাৰা মুঠ ৭৮ জন সন্ত্ৰাসবাদীক নিষ্ক্ৰিয় কৰা হৈছে। কুমাৰে লগতে কয়, “এই সংঘৰ্ষবোৰত বেছিভাগ সন্ত্ৰাসবাদী সংগঠন ‘লস্কৰ-ই-তৈবা’ৰ সৈতে জড়িত আছিল, ইয়াৰ লগতে আছিল হিজবুল মুজাহিদীন, আল-বদৰ, জৈশ-ই-মহম্মদ (জেইএম) আৰু আনছাৰ ঘজৱত-অল-হিন্দ।”

(UD.)