ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হোৱাৰ পিছত ৮৬ জনক উদ্ধাৰ

pc-asom news

ভূমিস্খলনৰ ফলত জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হোৱাৰ পিছত ৮৬ জনক উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা -শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ ভূমিস্খলনৰ ফলত সীতা ৰাম পাচীৰ ওচৰত আৱদ্ধ হৈ থকা প্ৰায় ৮৬ জন লোকক উদ্ধাৰ কৰি জে এণ্ড কেৰ ৰামবান জিলাৰ এটা কমিউনিটি হললৈ স্থানান্তৰ কৰা হয়। ঘাইপথৰ এছএছপি (ট্ৰেফিক)য়ে কয় যে- “কেইবাখনো ট্ৰাকো আৱদ্ধ হৈ আছিল, আনহাতে কাশ্মীৰলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা প্ৰায় ৩০০ খন ট্ৰাক, ইন্ধন আৰু সতেজ পাচলিসহ পৰিষ্কাৰ কৰা হৈছে”।