ভাৰত ৰত্ন ড০ আম্বেদকাৰ বঁটা লাভ হৰ্ষালী মালহোত্ৰাৰ

P.c- Times of India

ভাৰত ৰত্ন ড০ আম্বেদকাৰ বঁটা লাভ হৰ্ষালী মালহোত্ৰাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  চলমান খান অভিনীত ‘বজৰংগী ভাইজান’ত ‘মুন্নী’ৰ চৰিত্ৰত অভিনয় কৰা হৰ্ষালী মালহোত্ৰাই “ভাৰতীয় চলচ্চিত্ৰৰ ক্ষেত্ৰত অৱদান”ৰ বাবে ভাৰত ৰত্ন ড০ আম্বেদকাৰ বঁটা লাভ কৰে।ছচিয়েল মিডিয়াত হৰ্ষালীয়ে পুৰস্কাৰৰ সৈতে তেওঁৰ এখন ফটো পোষ্ট কৰিছিল। “এই বঁটা ছলমান খান, (‘বজৰংগী ভাইজানৰ পৰিচালক) কবীৰ খান, মুকেশ ছাবৰাক মোৰ ওপৰত বিশ্বাস কৰাৰ বাবে উৎসৰ্গিত,” হৰ্ষালীয়ে পোষ্টটোত লিখিছিল।