ভাৰত বায়োটেকৰ কভাক্সিনক জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভিয়েটনামৰ অনুমোদন

Pc- The Financial Express

ভাৰত বায়োটেকৰ কভাক্সিনক জৰুৰীকালীন ব্যৱহাৰৰ বাবে ভিয়েটনামৰ অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা- দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে- ভাৰত বায়োটেকৰ কভাক্সিনক ভিয়েটনামে জৰুৰীকালীন ব্যৱহাৰৰ বাবে জনাইছে। কভাক্সিন হৈছে ভিয়েটনামত অনুমোদিত নৱম ভেকছিন‌।জুলাইত ভিয়েটনাম চৰকাৰে কৈছিল যে তেওঁলোকে কভাক্সিনৰ ১.৫ কোটি পালি সুৰক্ষিত কৰিব বিচাৰিছে। এতিয়ালৈকে, ভিয়েটনামে ৮.৯ কোটি ভেকছিন পালি প্ৰদান কৰিছে।