ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত উপনীত 

Pc.- Hindustan Times

ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত উপনীত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে একেৰাহে চতুৰ্থবাৰৰ বাবে অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে ।ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৬ ৰাণৰ শক্তিশালী জয়ৰ সৈতে তেওঁলোকে অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে।ভাৰতে অষ্ট্ৰেলিয়াক ৫টা উইকেট হেৰুৱাই ২৯০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।ভাৰতত হৈ অধিনায়ক যশ ধুলে ১১০(১১০) ৰাণ আৰু তেওঁৰ ডেপুটি শ্বেখ ৰছিদে ১০৮ টা বলত ৯৪ ৰাণ সংগ্ৰহ কৰে। আনহাতে অষ্ট্ৰেলিয়া টীমটো ৪১.৫ অভাৰত ১৯৪ ৰাণৰ অল আউট হয়।