ভাৰতীয় নাগৰিকসকলক ‘বিমান সেৱা বন্ধ হোৱাৰ আগতে’ আফগানিস্তান এৰি যাবলৈ কয়

pc-Daily Mail

ভাৰতীয় নাগৰিকসকলক ‘বিমান সেৱা বন্ধ হোৱাৰ আগতে‘ আফগানিস্তান এৰি যাবলৈ কয়

অনলাইন বাৰ্ত্তাসেৱা – আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ পৰা আফগানিস্তানত ভাৰতীয় নাগৰিকসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰা হৈছে। তেওঁলোকক বাণিজ্যিক বিমান সেৱা বন্ধ কৰাৰ আগতে ভাৰতলৈ উভতি যাবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আফগানিস্তানৰ ভাৰতীয় কোম্পানীবোৰকো বিমান বন্ধ হোৱাৰ আগতে কৰ্মচাৰীসকলক প্ৰত্যাহাৰ কৰিবলৈ কোৱা হৈছে। বহুতো চহৰলৈ বিয়পি পৰা হিংসাৰ মাজত বন্ধ কৰি দিয়া হৈছে বিমান সেৱা।

(UD.)