ভাৰতীয় শ্বাটলাৰ মিথুন মঞ্জুনাথৰ ২০২২ অৰলিন্স মাষ্টাৰ্ছত ৰূপৰ পদক অর্জন

ভাৰতীয় শ্বাটলাৰ মিথুন মঞ্জুনাথৰ ২০২২ অৰলিন্স মাষ্টাৰ্ছত ৰূপৰ পদক অর্জন

ৰঙিলী বাৰ্ত্তাসেৱা- ফাইনেলত ফ্ৰান্সৰ টমা জুনিয়ৰ পপভৰ হাতত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় শ্বাটলাৰ মিথুন মঞ্জুনাথে ফ্ৰান্সত ২০২২ চনৰ অৰলিন্স মাষ্টাৰ্ছত ৰূপৰ পদক জিকিছে। বিশ্বৰ ৭৯ নম্বৰ খেলুৱৈগৰাকীক ৫০ মিনিটত ৩২ তম স্থানত থকা পপভে ২১-১১, ২১-১৯ ত পৰাস্ত কৰে। এইটো মঞ্জুনাথৰ প্ৰথম BWF ফাইনেল আছিল।