ভাৰতত ৮,৬০৩ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

Pc the shillongs times

ভাৰতত ৮,৬০৩ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৮,৬০৩ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ৪১৫ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মুঠ মৃত্যুৰ সংখ্যা ৪,৭০,৫৩০ লৈ বৃদ্ধি হৈছে। নতুন ঘটনাৰ সৈতে ভাৰতত মুঠ ৩,৪৬,২৪,৩৬০ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। আনহাতে বৰ্তমান ৯৯,৯৭৪টা সক্ৰিয় ঘটনা আছে।