ভাৰতত ৬ হেজাৰ লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

Pc The Scientist Magazine

ভাৰতত ৬ হেজাৰ লোক নতুনকৈ কৰ’নাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত নতুনকৈ ৬,৫৬৩ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। দেশখনত নতুনকৈ ১৩২জন লোকৰ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে।  যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৭৭,৫৫৪ জনলৈ বৃদ্ধি পায়। ভাৰতত বৰ্তমান ৮২,২৬৭ টা সক্ৰিয় ঘটনা আছে।