ভাৰতত ৩৫ সহস্ৰাধিক লোক কৰ’নাত নতুনকৈ সংক্ৰমিত

pc- coe.int

ভাৰতত ৩৫ সহস্ৰাধিক লোক কৰ’নাত নতুনকৈ সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কয় যে ভাৰতত পুনৰ নতুনকৈ ৩৫,৬৬২ হেজাৰ লোক কৰ’নাত সংক্ৰমিত হৈছে। এতিয়ালৈকে ভাৰতত ৩,২৬,৩২,২২২ জন লোৰ কৰ’না সংক্ৰমণৰ সুস্থ হৈ উঠিছে। ভাৰতত বৰ্তমান কৰ’নাৰ সক্ৰিয় ঘটনা ৩,৪০,৬৩৯ টা আৰু ৪,৪৪,৫২৯ জন লোকৰ মৃত্যুৰ হৈছে।

(RT.)