ভাৰতত যোৱা ২৪ঘণ্টাত ২৭৮জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

pc.indiatoday

ভাৰতত যোৱা ২৪ঘণ্টাত ২৭৮জন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৫,১০২ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ২৭৮জনলোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত দৈনিক পজিটিভৰ হাৰ ১.২৮% আছে। আনহাতে সক্ৰিয় কেছলোড ১,৬৪,৫২২ লৈ হ্ৰাস পাইছে।