ভাৰতত পুনৰ ৮,৮৬৫ টা নতুন কোভিড-১৯ ঘটনা

Pc- Council of Europe

ভাৰতত পুনৰ ৮,৮৬৫ টা নতুন কোভিড-১৯ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা– ভাৰতত নতুনকৈ যোৱা ২৪ ঘণ্টাত ৮,৮৬৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে।১৯৭ জন লোকৰ নতুনকৈ কৰ’নাত সংক্ৰমিত হৈ মৃত্যু হৈছে। ভাৰতত বৰ্তমানলৈ মুঠ ৪,৬৩,৮৫২জন লোকৰ কৰ’নাৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ১,৩০,৭৯৩ টা সক্ৰিয় ঘটনা আছে। ভাৰতত দৈনিক পজিটিভ হাৰ ১%। ভাৰতত এতিয়ালৈকে ১১২.৯৭ কোটি ভেকছিন পালি প্ৰদান কৰা হৈছে।