ভাৰতত নতুনকৈ ১৩,৪০৫ জন লোক কৰ’নাত আক্ৰান্ত 

PcBNO News

ভাৰতত নতুনকৈ ১৩,৪০৫ জন লোক কৰ’নাত আক্ৰান্ত 

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,৪০৫ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। আৰু ২৩৫ জন লোকৰ নতুনকৈ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে। ভাৰতত দৈনিক পজিটিভৰ হাৰ ১.৯৩% ৰ পৰা ১.২৪% লৈ হ্ৰাস পাইছে।আনহাতে সক্ৰিয় কেছলোড ১,৮১,০৭৫ লৈ হ্ৰাস পাইছে।