ভাৰতত তৃতীয় কোভিড-১৯ ৰ এক বিশাল ঢৌ দেখা পোৱাৰ সম্ভাৱনা খুব কম: এইমছৰ মুৰব্বী

Pc India Today

ভাৰতত তৃতীয় কোভিড-১৯ ৰ এক বিশাল ঢৌ দেখা পোৱাৰ সম্ভাৱনা খুব কম: এইমছৰ মুৰব্বী

ৰঙিলী বাৰ্ত্তাসেৱা- এইমছৰ সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই কৈছে যে প্ৰতিটো দিনৰ লগে লগে যিকোনো বৃহৎ ঢৌৰ সম্ভাৱনা হ্ৰাস পাইছে। আমি এক বৃহৎ কোভিড-১৯ ৰ তৃতীয় ঢৌ দেখাৰ সম্ভাৱনা খুব কম। তেওঁ লগতে কয় মই ভাবো যে আমি ভালদৰে সুৰক্ষিত আৰু অধিক সংখ্যক লোকক প্ৰথম আৰু দ্বিতীয় পালি ভেকচিন প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত।