আমি ‘এমি’ত ভাৰতক প্ৰতিনিধিত্ব কৰিম বুলি ভবা নাছিলো: ‘আৰ্য’ৰ পৰিচালক

Pc The indian Express

আমি ‘এমি’ত ভাৰতক প্ৰতিনিধিত্ব কৰিম বুলি ভবা নাছিলো: ‘আৰ্য’ৰ পৰিচালক

ৰঙিলী বাৰ্ত্তাসেৱা- পৰিচালক ৰাম মাধৱানীয়ে কয় যে তেওঁৰ অ’টিটি চিৰিজ ‘আৰ্য’য়ে আন্তৰ্জাতিক এমি বঁটা ২০২১ ত মনোনয়ন লাভ কৰাটো এটা “ডাঙৰ কথা”। তেওঁ কয়, “আমাৰ অনুষ্ঠান বা আমাৰ যি ধৰণৰ প্ৰতিভা আছে, সততাৰে ক’বলৈ গ’লে, এনে কেতিয়াও হ’ব বুলি মই ভবা নাছিলো।” আৰ্যই আন্তৰ্জাতিক এমি বঁটা লাভ কৰা নাই।