ভাৰতত কৰ’নাৰ ফলত ২৬৩জনৰ মৃত্যু

pc- The Economic Times

ভাৰতত কৰ’নাৰ ফলত ২৬৩জনৰ মৃত্যু

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৮,৩৪৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। ভাৰতত নতুনকৈ ২৬৩ জন লোকৰ মৃত্যু হৈছে। সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ৮,৮৫০ জন লোক। ১৪৯জনলোকৰ কেৰালাত কৰ’নাৰ ফলত মৃত্যু হৈছে। ভাৰতত বৰ্তমান ২,৫২,৯০২ টা সক্ৰিয় ঘটনা আছে।