ভালপাওঁ তোমাক – হেৰম্ব নাথ 

Pc Pexels

ভালপাওঁ তোমাক

হেৰম্ব নাথ 

উলাহতে চুই চালোঁ তোমাৰ
আলফুল ওঁঠযুৰি
সৰগীয় তন্ময়তাত
কৈ দিলোঁ ভালপাওঁ তোমাক
হিয়া উজাৰি
প্ৰিয়তম তুমি মোৰ
পলে পলে মন যায় ক’বলৈ
ভালপাওঁ তোমাক
মোৰ প্ৰেমৰ জোনাক