বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সদৌ অসম ভিত্তিত অনলাইন ফটোগ্রাফী প্রতিযোগিতা
শিৱসাগৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কলঞ্চুপৰীয়া কুইজ সমাজ মঞ্চৰ উদ্যোগত ‘বিশ্ব পৰিৱেশ দিৱস’ উপলক্ষে আয়োজন কৰা ফটোগ্রাফী প্রতিযোগিতালৈ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ পৰা একোখনকৈ ফটোগ্রাফ বিচৰা হৈছে। বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে প্রত্যেকখন ফটোগ্রাফৰ সৈতে একোটাকৈ উপযুক্ত caption সংযুক্ত কৰিব লাগিব। পৰিৱেশ সচেতনতা আৰু বন্যপ্ৰাণীৰ প্ৰতি দ্বায়িত্বশীল মনোভাৱ বৰ্তাই ৰাখিবৰ বাবে তেওঁলোকে “জৈৱ বৈচিত্ৰ আৰু বন্যপ্রাণী” এই বিষয়ে প্রতিযোগিতাখন আয়োজন কৰিছে।

গতিকে ইচ্ছুক সকলে kalanshupariaquizsociety2024@
