বিলবৰ্ড চাৰ্টত ‘শ্বেৰশাহ’ ছবিৰ গীত ‘ৰঞ্জা’ৰ আত্মপ্ৰকাশ

pc FreshTalk

বিলবৰ্ড চাৰ্টত ‘শ্বেৰশাহ’ ছবিৰ গীত ‘ৰঞ্জা’আত্মপ্ৰকাশ

অনলাইন বাৰ্ত্তাসেৱা – সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী অভিনীত ‘শ্বেৰশাহ’ৰ ‘ৰঞ্জা’ গীতটো বিলবৰ্ডৰ গ্লোবেল এক্সক্লুছিভ ইউএছ চাৰ্টত আত্মপ্ৰকাশ কৰে। ৰঞ্জাই এই সপ্তাহত শীৰ্ষ অভিষেকৰ অন্যতম হিচাপে ৭৩ তম স্থান লাভ কৰিছিল। টুইটাৰযোগে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে বাতৰিটো শ্বেয়াৰ কৰি লিখিছিল, “শ্বেৰশাহ’ৰ সংগীতে বিশ্বব্যাপী হৃদয় জয় কৰিছে।” ‘ৰঞ্জা’ জছলীন ৰয়েল আৰু বি প্ৰাকে কণ্ঠ দান কৰিছে।

(UD.)