পঞ্জাৱত বিনামূলীয়াকৈ 300 ইউনিতলৈ বিদ্যুৎ যোগানঃ সিদ্ধু

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – পঞ্জাৱত চলি থকা বিদ্যুৎ সংকটৰ মাজতে কংগ্ৰেছ বিধায়ক নৱজ্যোত সিং সিদ্ধুৱে দেওবাৰে টুইটযোগে কয় যে বিদ্যুৎ যোগান ৩০০ ইউনিটলৈকে আৰু নিৰৱচ্ছিন্নভাৱে ২৪ ঘণ্টা বিনামূলীয়া বিদ্যুৎ যোগান ধৰিব পাৰি। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অহা বছৰ আপ ক্ষমতালৈ আহিলে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়াৰ কেইদিনমান পিছতে এই বিবৃতিটো প্ৰকাশ কৰে।