বিধানসভাৰ বাজেট অধিবেশন স্থগিত 

বিধানসভাৰ বাজেট অধিবেশন স্থগিত 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যপাল জগদীশ মুখীয়ে এক অধিসূচনাযােগে যােৱা ১৪ মার্চৰ পৰা আৰম্ভ হােৱা অসম বিধাসভাৰ বাজেট অধিবেশন যােৱা ১ এপ্রিলৰ বৈঠকৰ অন্তত অনির্দিষ্ট কাললৈ স্থগিত ৰাখে।