বিডব্লিউএফৰ পৰা জীৱনজোৰা প্ৰাপ্তি বঁটা লাভ প্ৰকাশ পাডুকোনৰ

Pc times Off india

বিডব্লিউএফৰ পৰা জীৱনজোৰা প্ৰাপ্তি বঁটা লাভ প্ৰকাশ পাডুকোনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনে (বিডব্লিউএফ) এই বছৰ বিশ্বৰ প্ৰাক্তন বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনক লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰিব, তেওঁৰ নাম বেডমিণ্টন এছ’চিয়েচন অফ ইণ্ডিয়া (বিএআই)ৰ দ্বাৰা বঁটাটোৰ বাবে দাখিল কৰাৰ পিছত। বিএআইৰ সাধাৰণ সম্পাদক অজয় সিংহানিয়াই কয়, “বিডব্লিউএফে এই বঁটাৰে ক্ৰীড়ালৈ কিংবদন্তি প্ৰকাশ পাডুকনৰ অৱদান উদযাপন কৰা দেখি আমি আনন্দিত।”