বিচ্ছেদ- প্ৰস্তুতি শৰ্মা

pc Invest blue

বিচ্ছেদ

শেষ নিশা হেমন্তৰ কুঁৱলী জাকে লাজৰ ওৰণি গুচাই তাক মনে মনে কৈছিল তাৰ গোপন প্ৰেমৰ কাহিনী ।আৰু সি কথা শুনি মৌন হৈ ৰৈছিল ।মনত পৰিছিল আজিৰ পৰা পাঁচবছৰৰ আগৰ সেই শীতৰ ৰাতিটোলৈ য’ত দুয়োৰে প্ৰেমৰ বিচ্ছেদ হৈছিল ।

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়