বান্ধৰ পৰা বালি নিষ্কাশনৰ অনুমতি লাভ কৰা তৃতীয় ৰাজ্য হৈ পৰিছে মধ্য প্ৰদেশ

pc Inshorts

অনলাইন বাৰ্ত্তাসেৱা – মধ্য প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ চাৰিটা বান্ধৰ পৰা বালি নিষ্কাশন আৰু খননৰ অনুমতি দিছিল যাতে তেওঁলোকৰ ক্ষমতা বৃদ্ধি হয়, মঙলবাৰে এজন বিষয়াই এই বিষয়ে প্ৰকাশ কৰে। কেৰালা আৰু মহাৰাষ্ট্ৰৰ পিছত, ইয়াৰ অনুমতি লাভ কৰা ভাৰতত তৃতীয় খন ৰাজ্য হৈছে মধ্য় প্ৰদেশ। ৰাজ্যৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কয়, “এই প্ৰক্ৰিয়াই জলসিঞ্চনৰ ক্ষমতা ৫,০০,০০০ হেক্টৰ ভূমি বৃদ্ধি কৰিব।”

(UD.)