“বাণিজ্য প্ৰকৃতি !” – অশ্চিনী বৰা

PC The Hans India

মানৱ শৰীৰটো ৰক্ষা কৰিবলৈ

প্ৰয়োজন আহাৰৰ,

প্ৰাকৃতিকভাৱে ৰক্ষা,লাজ নিৱাৰণ কৰিবলৈ

প্ৰয়োজন কাপোৰৰ,

ৰোগ নিৰময় কৰিবলৈ

প্ৰয়োজন পথ্যৰ

উদ্যোগিক আহিলা নিৰ্মাণ কৰিবলৈ প্ৰয়োজন খনিজৰ,

সকলোবোৰ উপলবদ্ধ হয়গৈ

কেৱল প্ৰকৃতিৰ বক্ষত!

খেতিৰপৰা পাওঁ আহাৰ,

কৃষিৰপৰা পাওঁ অন্ন বস্ত্র,

খনিজৰ পৰা পাওঁ উদ্যোগিক আহিলা, "বাণিজ্য বসতে লক্ষ্মীঃ "||

কিন্ত বাণিজ্য অবিহনে

অন্ন বস্ত্র খনিজ কোনোটোৱে উপলবদ্ধ নহয় ! সেয়ে হয়তু জ্ঞানী সকলে কৈ গৈছে,