প্ৰধানমন্ত্ৰী মোদীৰ বিশ্ব মঞ্চত এক শক্তিশালী, প্ৰভাৱশালী কণ্ঠস্বৰ আছে:ব্ৰিটেইনৰ বৈদেশিক সচিব

Pc The Indian Express

প্ৰধানমন্ত্ৰী মোদীৰ বিশ্ব মঞ্চত এক শক্তিশালী, প্ৰভাৱশালী কণ্ঠস্বৰ আছে:ব্ৰিটেইনৰ বৈদেশিক সচিব

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এইটো যুদ্ধৰ সময় নহয় বুলি কোৱাৰ পিছত ব্ৰিটেইনৰ বৈদেশিক সচিব জেমছ ক্লেভাৰে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ বিশ্ব মঞ্চত এক শক্তিশালী, প্ৰভাৱশালী কণ্ঠস্বৰ আছে।” “আমি জানো যে ৰাছিয়াৰ নেতৃত্বই বিশ্ব মঞ্চত ভাৰতৰ কণ্ঠ স্বৰ আৰু স্থিতিক সন্মান কৰে। মই ভাবো প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ অতি আদৰণিজনক,” তেওঁ লগতে কয়।