পেৰিছ অলিম্পিকত সকলো ব্যক্তিগত ট্ৰেক ইভেণ্টৰ বাবে ৰিপেচেজ ৰাউণ্ড প্ৰৱৰ্তন

Pc India Today

পেৰিছ অলিম্পিকত সকলো ব্যক্তিগত ট্ৰেক ইভেণ্টৰ বাবে ৰিপেচেজ ৰাউণ্ড প্ৰৱৰ্তন

ৰঙিলী বাৰ্ত্তাসেৱা-   বিশ্ব এথলেটিকছ পৰিষদে ঘোষণা কৰিছে ২০২৪ চনত পেৰিছ অলিম্পিকত ২০০ মিটাৰৰ পৰা ১৫০০ মিটাৰলৈকে সকলো ব্যক্তিগত ট্ৰেক ইভেণ্টৰ বাবে ৰিপেচেজ ৰাউণ্ড প্ৰৱৰ্তন কৰিব।ৰিপেচেজ ফৰ্মেটটোৱে বৰ্তমানৰ ফৰ্মেটটো সলনি কৰিব য’ত খেলুৱৈসকলে শীৰ্ষ স্থানৰ পিছত দ্ৰুততম সময়ৰ মাজেৰে ৰাউণ্ড ৱান হিটৰ পৰা ছেমি ফাইনেললৈ আগবাঢ়ি যায়। “খেলুৱৈসকলৰ কমেও দুটা দৌৰ হ’ব,” পৰিষদে কয়।