নেডাৰলেণ্ড আৰু ইউক্ৰেইনৰ মেচৰ হাইলাইট – “Euro 2020”

pc The Indipendence

অনলাইন বাৰ্ত্তাসেৱা – এই খেলখনত প্ৰথম -অৰ্ধত দুয়োটা পক্ষৰ মাজত কোনো গ’ল হোৱা নাছিল। দ্বিতীয় -অৰ্ধৰ আৰম্ভনিতেই জৰ্জিনিঅ ৱিজনডামে নেডাৰলেণ্ডৰ হকে প্ৰথম গ’ল স্ক’ৰ কৰে আৰু ১-০ ব্যৱধানত থাকে। ইয়াৰ ঠিক পিছতেই দুয়ো পক্ষই ২-২ ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয়। ৮৫ মিনিটত ডুমফ্ৰিজে দিয়া শেষৰ গ’লটোৱেই চূড়ান্ত আৰু দুয়ো পক্ষৰ ভাগ্য নিৰ্ণয় কৰে।